কিয় বংগ বিভাজন বিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম পাইছিল

                   ১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰত বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকৰী কৰালৈকে; এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি, বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল। বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জন সভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হৈছিল।

Related Questions -

1. বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

     Answer Click Here

2. ভাৰতৰ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা 

    কৰা।

     Answer Click Here

3. ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে 

    হৈছিল ?

      Answer Click Here

4. ভাৰতৰ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন 

     বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ?

      Answer Click Here

5. ভাৰতৰ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

     Answer Click Here

6. ভাৰতৰ স্বদেশী আন্দোলনত মহিলাসকলৰ সৱল ভূমিকাঃ

     Answer Click Here

No comments:

Post a Comment

A Short Biography of Verne Allison with Musical Legacy

                                                             Verne Allison                 A Life in Music and a Legacy with The Dells Verne...