বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য

                     লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। ব্ৰিটিছ চৰকাৰৰ দ্ৱাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য়সমূহ চমুকৈ তলত উল্লেখ কৰা হ'ল 一  

ঐক্যবদ্ধ বংগ শক্তিক দ্বি-খণ্ডিত কৰা। ব্ৰিটিছ সাম্ৰাজ্য়ৰ সুস্থিৰতাৰ ভাবুকিৰ অৱতাৰণাৰ পৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা। ব্ৰিটিছে বংগ ভংগ আঁচনিৰ জৰিয়তে ভাৰতীয়

জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বি-খণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কংগ্ৰছ দলৰ ব্ৰিটিছ বিৰোধী চৰম পন্থীসকলক নিয়ন্ত্ৰণ কৰা।

Related Questions -

1. বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।

    Answer Click Here

2. ভাৰতৰ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

     Answer Click Here

3. ভাৰতৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে 

     হৈছিল?

      Answer Click Here

4. স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী 

    কাৰ্যসূচী গ্ৰহণ কৰিছিল?

      Answer Click Here

4. ভাৰতৰ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

    Answer Click Here

5. ভাৰতৰ স্বদেশী আন্দোলনত মহিলাসকলৰ সৱল ভূমিকা -

    Answer Click Here

6.ভাৰতৰ স্বদেশী আন্দোলনৰ পৰিপ্ৰেক্ষিতত বংগদেশত শিল্প উদ্যোগ কেনেকৈ বিকাশ লাভ 

   কৰিছিল আৰু মুছলিম লীগৰ প্ৰতিষ্ঠাৰ পিছনে কি কাৰণ আছিল?

    Answer Click Here

No comments:

Post a Comment

A Short Biography of Verne Allison with Musical Legacy

                                                             Verne Allison                 A Life in Music and a Legacy with The Dells Verne...