ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা উদাহৰণৰে সৈতে ব্যাখ্যা কৰা। Class 10 General Science SEBA

     (a) ক্ষয়ীভৱন।

       উত্তৰঃ- ধাতু এটা ইয়াৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে - জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা

       প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলে। যেনে - লোৰ ওপৰত ৰঙচুৱা মূগা বৰণৰ প্ৰলেপ পৰা, ছিলভাৰৰ ওপৰত 

       ক’লা দাগ পৰা  আদি।  

      (b) চৰ্বিৰ দুৰ্গন্ধিতা।

         উত্তৰঃ- তেল বা চৰ্বিযুক্ত খাদ্য দীৰ্ঘ সময়ৰ বাবে ৰাখি থ’লে এনে খাদ্য দ্ৰব্যত থকা তেল বা চৰ্বি বায়ুত 

         অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এইবোৰ দুৰ্গন্ধি আৰু বেয়া স্বাদযুক্ত হয়। ইয়াক চৰ্বিৰ দুৰ্গন্ধিতা বোলে।

          যেনে - মাখন অলপ বহুদিন সাধাৰণ উষ্ণতাত থৈ দিলে গলি যায় আৰু তাৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়।


9.  তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

                            Answer Click Here

No comments:

Post a Comment

A Short Biography of Verne Allison with Musical Legacy

                                                             Verne Allison                 A Life in Music and a Legacy with The Dells Verne...