উত্তৰঃ- যি ৰাসায়নিক বিক্ৰিয়াত তাপ উৎপন্ন বা বৰ্জন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে।
উদাহৰণস্বৰূপে, মিথেন (প্ৰাকৃতিক গেছ) বায়ুত (অক্সিজেন) উপস্থিতিত জ্বলি CO2 আৰু H2O উৎপন্ন
কৰাৰ লগতে যথেষ্ট পৰিমাণৰ তাপ শক্তি উৎপন্ন কৰে।
CH4 (g) + 2O2 (g) → CO2 + 2H2O + তাপশক্তি
যি বিক্ৰিয়াত তাপ শোষণ হয় তেনে বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।
উদাহৰণস্বৰূপে, N2 বায়ুৰ O2 ৰ সৈতে অতিকৈ উচ্চ উষ্ণতাত (3,000oc) বিক্ৰিয়া সংঘটিত কৰি নাইট্ৰিক
অক্সাইড(NO) উৎপন্ন কৰোতে প্ৰচুৰ পৰিমাণে তাপ শোষণ কৰে।
N₂ (g) + O₂ (g)
No comments:
Post a Comment