Chapter-1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ General Science Class 10 MCQ

 2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

    (i) হাইড্র'জেন + ক্ল’ৰিন → হাইড্র'জেন ক্ল’ৰাইড।

     উত্তৰঃ- H₂ + CI₂ → 2HCI

    (ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড

       উত্তৰঃ- BaCl₂ + AL₂(SO₄)₃ → BasO₄ + AICI₃

    (iii) ছ’ডিয়াম + পানী → ছ'ডিয়াম হাইড্র'ক্সাইড + হাইড্র'জেন।

      উত্তৰঃ- 2Na + 2H₂O → 2NaOH + H₂

3. তলৰ বিক্রিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত  ৰাসায়নিক সমীকৰণ লিখা।

   (i) বেৰিয়াম ক্ল'ৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্রস্তুত হয়।

    উত্তৰঃ- BaCl₂ + Na₂ SO₄ → BaSO₄ + 2NaC

(ii) ছ'ডিয়াম হাইড্রটক্সইডৰ দ্ৰৱ (পানীত) হাইড্র’ক্ল'ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

    উত্তৰঃ- NaOH + HCI → NaCl + H₂O

1. এটা পদাৰ্থ 'X' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ  (White Washing) ব্যৱহাৰ কৰা হয়। 

(i) পদাৰ্থ 'X' ৰ নাম আৰু সংকেত লিখা।

উত্তৰঃ- পদাৰ্থ 'X' নাম হল পোৰা চূণ।

(ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্রিয়াটো লিখা।

উত্তৰঃ- পানীৰ সৈতে পদাৰ্থ 'X' এ কৰা বিক্ৰিয়াটো হ'ল 一

  CaO + H₂O → Ca(OH)₂ (পোৰা চুণ)

No comments:

Post a Comment

A Short Biography of Verne Allison with Musical Legacy

                                                             Verne Allison                 A Life in Music and a Legacy with The Dells Verne...